হোম › স্বাস্থ্যৰ পৰামৰ্শ › লক্ষণবোৰ জানি লওক
বিশ্ব কেন্সাৰ দিৱস: লক্ষণবোৰ জানক, পৰীক্ষা কৰাওক
আজি, ৪ ফেব্ৰুৱাৰী, বিশ্ব কেন্সাৰ দিৱস।
বহুতো ক্যান্সাৰ ৰোধ কৰিব পাৰি
- তামোল, মদ, অস্বাস্থ্যকৰ আহাৰ আৰু লৰচৰ নকৰিলে risk বাঢ়ে
- কিছুমান সংক্ৰমণ (HPV, hepatitis B) vaccine-ৰ দ্বাৰা ৰোধ কৰিব পাৰি
বহুতকে আগতীয়াকৈ ধৰা পেলাব পাৰি
- ৩০ বছৰ বয়সৰ পৰা মুখ, স্তন আৰু জৰায়ুৰ মুখৰ ক্যান্সাৰৰ (cervical cancer) বাবে বিনামূলীয়া পৰীক্ষা
- ২ ৰ পৰা ৩ সপ্তাহ ধৰি থকা যিকোনো লক্ষণৰ বাবে ডাক্তৰক দেখুৱাওক
সহায় লাগিব নেকি?
- mycancertrials.com-ত ৰোগী লোৱা trial বিচাৰক
- hope@mycancertrials.com-লৈ লিখক
উৎস
কেৱল তথ্য, কোনো চিকিৎসাৰ পৰামৰ্শ নহয়। সদায় আপোনাৰ নিজৰ ডাক্তৰৰ লগত কথা পাতক।