হোম › হেল্থ টিপছ › সহায় আৰু অধিকাৰ
কেন্সাৰ হাস্পতাললৈ গৈছে নেকি? কি লগত নিব
প্ৰস্তুত হৈ থাকিলে সময় বাচে আৰু বাৰে বাৰে পৰীক্ষা কৰিবলগীয়া নহয়।
কাগজ-পত্ৰ
- সকলো ৰিপৰ্ট, বায়োপ্সিৰ ৰিজাল্ট আৰু স্কেনৰ চিডি
- পুৰণি প্ৰেছক্ৰিপচন আৰু ডিচচাৰ্জ ছামাৰী
- আইডি আৰু আয়ুষ্মান কাৰ্ড (যদি আছে)
টোকা
- ড'জৰ সৈতে দৰৱৰ তালিকা
- আপোনাৰ প্ৰশ্নবোৰ, লিখি ৰাখক
- আপোনাৰ ডাক্তৰৰ ফোন নম্বৰ
টিপ
- কপি ৰাখিব, আৰু ফোনত ফটো মাৰি ৰাখিব
- তাৰিখ অনুসৰি এটা ফোল্ডাৰত সজাই ৰাখিব
উৎস
কেৱল তথ্য, কোনো চিকিৎসাৰ পৰামৰ্শ নহয়। সদায় আপোনাৰ নিজৰ ডাক্তৰৰ লগত কথা পাতক।